logo

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী

Assam State Primary Teachers' Association

logo
teach
Online RESULT DECLARED - CLICK HERE TO VIEW YOUR RESULT
Check Result

Our Leaders

Leadership Rooted in Integrity and Care

team

নীলাক্ষী গগৈ

সভাপতি
team

ৰাতুল চন্দ্ৰ গোস্বামী

প্রধান সম্পাদক

E-Magazine

Latest Publications

Loading... 2022

জুন, ২০২২_দ্বিতীয় সংখ্যা

View
Loading... 2022

এপ্ৰিল, ২০২২_প্ৰথম সংখ্যা

View

About Assam State Primary Teachers' Association

Know more about Us

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী (ইংৰাজী: Assam State Primary Teachers' Association) অসম ৰাজ্যৰ প্ৰাথমিক শিক্ষক, শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ উত্তৰণত সেৱাৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটি শিক্ষক সংগঠন। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্জীয়ন নং - 65 of 1968/1969 vide 65 of 1968/69 vide memo no 77(s) 68-69/813 ps Dated Shillong the 12th Nov.1968.[1] স্বাধীনতা-উত্তৰ কালৰ অসমৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ১২০০ শিক্ষক শিক্ষয়িত্ৰীয়ে সংগঠিত হৈ গঠন হোৱা এই সংগঠনৰ বৰ্তমান সদস্য প্ৰায় এক লাখৰো অধিক।

Our Documentary

Get A Glimpse